স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা অসুস্থ

90

কৰ’না যুদ্ধৰ মাজতে হঠাত্‍ দেওবাৰে অসুস্থ হৈ পৰে স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা।পেটৰ অতিপাত বিষৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰা হ’ল ইউ এছ জি ।স্বাস্থ্যমন্ত্ৰীৰ কিডনীত পোৱা গৈছে ৩.৭৬ এম এম 3.7ৰ পাথৰ। হাস্পতালতে ছেলাইন আৰু পেইন কিলাৰ বেজি লয় মন্ত্ৰীজনে। আজি দিনটো জিৰণি ল’ব বুলি টুইটযোগে
প্ৰকাশ কৰে মন্ত্ৰীজনে।