স্বামীৰ মৃত্যুৰ ভৱিষ্যতবাণী কৰি লুটি নিলে নগত ধন আৰু অলংকাৰ ৷

337

টেঙাখাতত আয়ুৰ্বেদিক চিকিৎসকৰ ৰুপত ঠগ প্ৰৱঞ্চক ৷স্বামীৰ মৃত্যুৰ ভৱিষ্যতবাণী কৰি লুটি নিলে নগত ধন আৰু অলংকাৰ ৷

উল্লেখযোগ্য যে ৰাজ্যত চলি থকা দালাল ৰাজ ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে পুলিচ প্ৰশাসনৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিওঁ টেঙাখাত আৰক্ষী থানাৰ অন্তগত বায়নচুক গাওঁ বাসিন্দা লুকুমণী গগৈ পৰা প্ৰৱঞ্চনাৰে নগদ ধন আৰু সোণৰ আ অলংকাৰ লুটি নিয়া ঘটনাই অঞ্চলতটো চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হয় ৷

জানিব পৰা মতে ঘটনাটো স্বামী ধনঞ্জয় গগৈ(কলিয়া) ঘৰত নথকা অৱস্থাত ঠগ প্ৰৱঞ্চক দুটাই পন্তী লুকুমণী গগৈ স্বামী ৭ দিনৰ পিছত মৃত্যু হব বুলি ভূৱা ভৱিষ্যত বাণী কৰি লুটি লৈ যায় নগদ ধন আৰু সোণৰ আ অলংকাৰ ৷

ঘটনাৰ সন্ধৱত ভুক্ত ভুগিয়ে টেঙাখাত আৰক্ষী এখন এজাহাৰ দাখিল কৰিছে ৷

এই সন্ধৱত আৰক্ষী কি ব্যৱস্থা লব তাক লৈ চিন্তিত সচেতন মহল ৷

লগতে স্হানীয় লোকে পুণৰ দমে পুলিচ প্ৰশাসনৰ হস্তক্ষেপ আহ্বান জনাইছে।