সোমবাৰৰ পৰা গুৱাহাটীত অনিৰ্দিষ্ট কালৰ বাবে বন্ধ থাকিব পেট্ৰ’ল পাম্প

67

সোমবাৰৰ পৰা গুৱাহাটীত অনিৰ্দিষ্ট কালৰ বাবে বন্ধ থাকিব পেট্ৰ’ল পাম্প। সোমবাৰে পুৱা ৫ বজাৰ পৰা মহানগৰীৰ সকলোবোৰ পেট্ৰ’ল পাম্প বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।  দীৰ্ঘদিন ধৰি ডীলাৰে পেট্ৰ’ল পাম্প সমূহক বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে পেট্ৰ’ল পাম্প সমূহে।