সোণাৰিত ভয়ংকৰ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা।
সোণাৰিৰ অভয়পুৰ তিনিআলিত সংঘটিত হয় এই দুৰ্ঘটনা।
এখন কয়লাভৰ্তি ডাম্পাৰে খুন্দা মাৰে মহিলাগৰাকীক।
আনহাতে দুৰ্ঘটনা সংঘটিত কৰি পথৰ ওপৰতে বাগৰি পৰে ডাম্পাৰখন।
দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS 04 BC 3277।
জানিব পৰা মতে, নিমনাগড়ৰ পৰা ভজো ৰে’ল ষ্টেচনলৈ কয়লা কঢ়িয়াই নিয়াৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।
