‘সুৰা কেলেংকাৰী সন্দৰ্ভত কাইলৈ আদালতত সত্য উন্মোচন কৰিব অৰবিন্দ কেজৰিৱালে’। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই কথা সদৰী কৰে অৰবিন্দ কেজৰিৱালৰ পত্নীয়ে। তথ্যসহ আদালতত উপস্থাপন কৰিব বুলি মন্তব্য কৰে পত্নী সুনীতা কেজৰিৱালে।