সাহিত্যিক চৈয়দ আব্দুল মালিকক জেহাদী আখ্যা, ডিব্ৰুগড়ত বিধায়ক শিলাদিত্যৰ প্ৰতিকৃতি দাহ

62

ডিব্ৰুগড়ত বিতৰ্কীত বিধায়ক শিলাদিত্যদেৱৰ প্ৰতিকৃতি দাহ।

উজনি অসম মুছলিম কল্যাণ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে দাহ কৰে বিধায়ক জনৰ প্ৰতিকৃতি।

শেহতীয়াকৈ প্ৰসিদ্ধ সাহিত্যিক প্ৰয়াত চৈয়দ আব্দুল মালিকক “জেহাদী” আখ্যা দিছিল বিধায়কজনে।

বিধায়ক শিলাদিত্যৰ এনে মন্তব্যৰ বিৰুদ্ধে পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে।