সাতগাওঁ অঞ্চলত প্ৰশাসনৰ অনুমতি সাপেক্ষে অসম গণ পৰিষদ দলৰ মুখপাত্ৰ তপন দাসৰ খাদ্য সামগ্ৰী বিতৰণ

71

ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : দিশপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত সাতগাওঁ অঞ্চলত প্ৰশাসনৰ অনুমতি সাপেক্ষে অসম গণ পৰিষদ দলৰ মুখপাত্ৰ তপন দাসে স্থানীয় ৰাইজৰ মাজত মঙলবাৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে। এই কাৰ্যসূচীৰ লগতে ৰাইজৰ মাজত সজাগতাৰ দিশটো আগত ৰাখি ছেনিটাইজাৰ, মাস্ক আদিও বিতৰণ কৰে অগপ নেতা জনে।