ষ্টাফৰিপোৰ্টাৰ, ১৯ এপ্ৰিল : শ্ৰী শ্ৰী দেৱদামোদৰ দেৱৰ ৪৩২ সংখ্যক তিৰোভাৱ তিথি এইবাৰ দেশৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰু চৰকাৰী নিৰ্দেশনাৰ প্ৰতি সন্মান জনাই সদৌ অসম দেৱদামোদৰ সংঘই এই তিথি ৰাজহুৱা ভাৱে পালন কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহন কৰিছে। লগতে প্ৰতিজন শিষ্য, ভক্তপ্রাণ ৰাইজক গুৰুজনাৰ তিৰোভাৱ তিথি ৰাজহুৱা ভাৱে পালন নকৰিবলৈ আহ্বান জনোৱাৰ লগতে প্রতিঘৰে চাকি জ্বলাই আৰু এখন শৰাই আগবঢ়াবলৈ এক বিবৃতি যোগে আহ্বান জনাইছে সদৌ অসম দেৱদামোদৰ সংঘৰ প্ৰধান সম্পাদক কনকেশ্বৰ গোস্বামীয়ে।
Latest article
এইচ পি-এ ভাৰতত মুকলি কৰিলে পৰৱৰ্তী প্ৰজন্মৰ এআই পিচিৰ আটাইতকৈ শক্তিশালী আৰু বিস্তৃত সূচী
এইচ পি-এ ভাৰতৰ আটাইতকৈ শক্তিশালী আৰু বিস্তৃত পি চি নেক্সট জেন এআই পিচি মুকলি কৰিছে। নতুন এইচপি এলিটবুক, এইচপি প্ৰ'বুক আৰু এইচপি অমনিবুক ছিৰিজসমূহ...
পুনৰ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক
বি এছ এফৰ চকুত ধুলি দি ভাৰতলৈ অবৈধ বাংলাদেশীৰ অনুপ্ৰবেশ অব্যাহত আছে। এইদৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা ছয় গৰাকী বাংলাদেশী নাগৰিকক আটক কৰে শ্ৰীভূমি...
৪০০ তম টি-২০ খেলিলে মহেন্দ্ৰ সিং ধোনীয়ে
এম এ চিদাম্বৰম ষ্টেডিয়ামত শুকুৰবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে চেন্নাই চুপাৰ কিংছৰ খেলৰ সময়ত মহেন্দ্ৰ সিং ধোনীয়ে ৪০০ তম টি-২০খেলাৰ গৌৰৱ অৰ্জন কৰে। তেওঁৰ সুন্দৰ...