শ্ৰীলংকাৰ ক্ৰিকেটৰৰ মুখত জয় আই অসম ধ্বনি

345

শ্ৰীলংকাৰ ক্ৰিকেটৰৰ মুখত জয় আই অসম ধ্বনি

হোজাইত আজি উপস্থিত হয় শ্ৰীলংকা দলৰ প্ৰাক্তন ক্ৰিকেটা কুমাৰ ধৰ্মসেনা।

হোজাই আন্তৰ্জাতিক আগৰ ব্যৱসায়িক তমজিৎ আলীৰ গোপাল নগৰৰ বাসগৃহত উপস্থিত হয় শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকী।

ক্ৰিকেটা গৰাকী আগৰৰ ব্যৱসায় ক্ষেত্ৰত অসমলৈ আহে আৰু অসমৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ভাল পায়।

সদৌ শেষত জয় আই অসম বুলি কয়।