শোণিতপুৰৰ ৰঙাপৰাত অচিনাক্ত মৃতদেহ উদ্ধাৰ

58

শোণিতপুৰৰ ৰঙাপৰাত অচিনাক্ত মৃতদেহ উদ্ধাৰ।

ৰঙাপৰা-বালিপৰা পথৰ নেকেৰাহোলাত উদ্ধাৰ মৃতদেহটো।

উদ্ধাৰ হোৱা মৃতদেহটো এজন বয়োজ্যেষ্ঠ পুৰুষৰ।

অচিনাক্ত বাহনৰ খুন্দাত লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ।

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

বৰ্তমানলৈকে নিহত ব্যক্তিজনক চিনাক্ত কৰিব পৰা নাই।