শোণিতপুৰত অৰুণাচলী সুৰা জব্দ

106

শোণিতপুৰত অৰুণাচলী সুৰা জব্দ।

শোণিতপুৰৰ ১২ মাইলত অৰুণাচলী সুৰা জব্দ।

ৰঙাপৰা আবকাৰী আৰু চাৰিদুৱাৰ আৰক্ষীৰ যুটীয়া অভিযানত জব্দ সুৰাখিনি ৷

অসম-অৰুণাচল সীমান্তৰ ১২ মাইলৰ এখন ঘৰত AR – 04- 3126 নম্বৰৰ এখন গাড়ীত অবৈধভাৱে মজুত কৰি ৰখা অৱস্থাত জব্দ সুৰাখিনি৷

এক গোপন সুত্ৰৰ পমখেদি আবকাৰী আৰু আৰক্ষীয়ে জব্দ কৰে সুৰাখিনি।