শুকুৰবাৰে ভাৰত বন্ধ…

63

দিল্লীৰ সীমান্তত তিনিখন বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছে কৃষকে। কিন্তু এই প্ৰতিবাদে ৪ মাহ অতিক্ৰম কৰাৰ পিছত চৰকাৰৰ পৰা সঁহাৰি নোপোৱাত এতিয়া ভাৰত বন্ধৰ আহ্বান জনাইছে। শুকুৰবাৰে ভাৰত বন্ধৰ আহ্বান জনায় সংযুক্ত কিষাণ মৰ্চাই। এই বন্ধৰ সময়ত দোকান পোহাৰ, বাছ-টেক্সীৰ চলাচল বন্ধ ৰখাৰ আহ্বান জনায় প্ৰতিবাদী কৃষকে।