শিৱসাগৰৰ বলিয়াঘাটৰ ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা। ঘাইপথৰ খান্দি থোৱা পুখুৰীত সোমাল চাৰিচকীয়া বাহন। যোৰহাটৰ পৰা শিৱসাগৰলৈ আহি থকা চেভ্ৰলে’ বাহনখনে খুন্দা মাৰে হুণ্ডাই i10 বাহনত। দুৰ্ঘটনাত আহত চেভ্রলে’ বাহনৰ দুই আৰোহী।