শিশুৰ বিৰুদ্ধে আপত্তিজনক পোষ্ট দি গ্ৰেপ্তাৰ ডবকাৰ ৩ যুৱক।
ধৃত ৩ যুৱক আব্দুল চুবুৰ, আলী আহমেদ, মহিদুল ইছলাম।
সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট দিছিল যুৱককেইজনে।
CIDৰ চাইবাৰ টীমে ধৰা পেলায় যুৱককেইজনৰ কুকাৰ্য।
যুৱককেইজনক আদালতত হাজিৰ কৰোৱাই ন্যায়ালয়লৈ প্ৰেৰণ।
