শিলছৰত ভূ-মাফিয়াক গ্ৰেপ্তাৰ

563

শিলছৰত ভূ-মাফিয়াক গ্ৰেপ্তাৰ৷ উল্লেখযোগ্য যে গ্ৰেপ্তাৰ কুখ্যাত ভূ-মাফিয়া লাকী বৰলস্কৰক৷ দালালটোৰ বিৰুদ্ধে শিলচৰৰ প্ৰতিখন থানাত ৰুজু আছে গোচৰ৷ শিলচৰৰ মালুগ্ৰাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লাকী বৰলস্কৰক৷