শিলচৰ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপকক গ্ৰেপ্তাৰ

145

শিলচৰ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপকক গ্ৰেপ্তাৰ। অধ্যাপক বিশ্বজিৎ দাসক গ্ৰেপ্তাৰ আৰক্ষীৰ। ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ দাসক। আৰক্ষী, বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ঘটনাৰ বিষয়ে অৱগত কৰিছিল ভুক্তভোগীয়ে। কিন্তু অধ্যাপকগৰাকীৰ বিৰুদ্ধে গ্ৰহণ কৰা নাছিল কোনো ব্যৱস্থা। ইয়াৰ পাছতে আজি পুৱাৰে পৰা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল শিক্ষাৰ্থীয়ে। অৱশেষত শিক্ষাৰ্থীৰ প্ৰতিবাদত নতশিৰ হৈ গ্ৰেপ্তাৰ অধ্যাপকগৰাকীক। সম্প্ৰতি শিলচৰ সদৰ থানাত ৰখা হৈছে অধ্যাপক বিশ্বজিৎ দাসক।