শিলচৰত সাংসদ গৌৰৱ গগৈৰ কনভয়ত দুৰ্ঘটনা। কনভয়ৰ বাহনত খুন্দা আন এখন বাহনৰ। দুৰ্ঘটনাত আহত মহিলাসহ ৭গৰাকী কংগ্ৰেছ কৰ্মী। দুৰ্ঘটনাত পতিত প্ৰাক্তন মন্ত্ৰী অজিত সিঙৰ বাহনসহ প্ৰায় ১০খন বাহন। অৱশ্যে দুৰ্ঘটনাত আঘাত পোৱা নাই সাংসদগৰাকীয়ে।