শচীন পাইলটক উপ-মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ

88

ষ্টাফৰিপৰ্টাৰ,শচীন পাইলটক উপ-মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ কৰা হৈছে।কংগ্ৰেছ নেতা ৰণদ্বীপ সুৰেশৱালাই এই কথা জনাইছে। কংগ্ৰেছ দলৰ বৈঠকলৈ নাহিল বিসম্বাদী কংগ্ৰেছী নেতা শচীন পাইলট।যাৰ পৰিপ্ৰেক্ষিত্বত পাইলটৰ বিৰুদ্ধে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এই সিদ্ধান্ত গ্ৰহণ কৰে।