লেপটপ নহয়, এইবাৰৰ পৰা মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক দিয়া হ’ব নগদ ধন…

312

অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ সকলো পৰীক্ষাৰ্থীক পূৰ্বৰ লেপটপৰ সলনি প্ৰদান কৰা হব নগদ ধন।

প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ২২৫৬৫ গৰাকী শিক্ষাৰ্থীক ১৬ হাজাৰ টকাকৈ প্ৰদান কৰা হব এককালীন সাহায্য।

সংবাদমেলত এই ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে।

শিক্ষাৰ্থীসকলক আনন্দৰাম বৰুৱা বঁটা স্বৰূপেই এই ধন প্ৰদান কৰা হব বুলি জনায় শিক্ষামন্ত্ৰীয়ে।

উল্লেখ্য যে, পূৰ্বে মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক লেপটপ প্ৰদান কৰিছিল ৰাজ্য চৰকাৰে।