লাহৰীঘাটত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ

90

লাহৰীঘাটত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ ।
ধৃত লোকজনৰ নাম আকবৰ আলী ।

লাহৰীঘাট বাছ আস্থানৰ ওচৰতে এটা ড্ৰাগছ ভৰ্তি চাবোনৰ পেকেটসহ লোকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

দীৰ্ঘদিন ধৰি লোকজনে অঞ্চলটোত ড্ৰাগছৰ ব্যাৱসায় কৰি আহিছিল ।

লাহৰীঘাট আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ধৃত লোকজনক ।

ধৃত লোকজনৰ পৰা এটা মবাইল , নগত ১৩২০ টকা আৰু এখন চাইকেল উদ্ধাৰ কৰে আৰক্ষীয়ে ।