লামডিং নখুটিৰ এগৰাকী ১৪ বছৰীয়া কিশোৰী নিৰুদ্দেশ ।
নখুটি ১ নং ৰমচিং গইৰ বাসিন্দা ফইজুল হকৰ ছোৱালী ছফিয়া খাতুন যোৱা এক বছৰৰ পৰা নিৰুদ্দেশ ।
পৰিয়ালৰ লোকে আত্মীয় সকলৰ বাসগৃহত তথা সকলো ঠাইতে বিচাৰ সূচাৰ কৰি নাপাই আজি সংবাদ মাধ্যমৰ যোগেদি অসমৰ ৰাইজলৈ কাতৰ আহ্বান কৰিছে পৰিয়ালৰ লোকে ।
এই ছোৱালী জনীক ক’ৰবাত দেখা পালে পৰিয়ালৰ লোকৰ লগতে যোগাযোগ কৰিবলৈ কাতৰ আহ্বান কৰিছে পৰিয়ালৰ লোকে ।
পৰিয়ালৰ লোকৰ যোগাযোগ নম্বৰ হৈছে – 7086501828 আৰু 9707312411
আপোনালোকে এই ছোৱালী জনীক যদি ক’ৰবাত দেখা পায় তেন্তে পৰিয়ালৰ লোকৰ লগতে যোগাযোগ কৰিবলৈ কাতৰ আহ্বান কৰিছে পৰিয়ালৰ লোকে ।
