লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী উপলক্ষে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ Horticulture Plantation ৰ আধাৰশিলা স্থাপন।

74

লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী উপলক্ষে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ Horticulture Plantation ৰ আধাৰশিলা স্থাপন।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম মেঘালয় সীমান্তবৰ্তী কালি পাহাৰত বীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী উপলক্ষে Horticulture Plantation ৰ আধাৰশিলা স্থাপন কৰে জিলা উপায়ুক্ত পল্লবী সৰকাৰে ।

জিলা কৃষি বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত এই Horticulture Plantation ৰ আধাৰশিলা স্থাপন কৰে।

কমলা, জাম আৰু কঠাল গছ ৰুই এখন আটকধুনীয়া বাগিচা বনোৱাৰ পৰিকল্পনা কৰিছে জিলা প্ৰশাসনে।