লাখ লাখ কৃষকলৈ আহিল সুখবৰ

77

ৰাজ্যৰ পাঁচ জিলাৰ ১০০ শতাংশ কৃষকে লাভ কৰিছে পিএম কিষাণৰ সুবিধা।
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিখনে ১০০ শতাংশতকৈ অধিক কৃষক ৰাইজক সামৰি লোৱা জিলা কেইখনৰ ভিতৰত আছে মাজুলী, লখিমপুৰ, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট । পৰিসংখ্য়াৰ ভিত্তিত মাজুলীত সৰ্বাধিক ১৬৩ শতাংশ কৃষকৰ পৰিয়ালে এই আঁচনিখনৰ দ্বাৰা উপকৃত হৈছে ।