লডাখৰ দুৰ্গম এলেকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

92

ষ্টাফৰিপৰ্টাৰ, লডাখৰ দুৰ্গম এলেকাত উপস্থিত শুকুৰবাৰে পুৱা উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। লডাখৰ নিমুত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। ইন্দু নদীৰ পাৰত থকা উক্ত স্থান ভূ-গৰ্ভৰ পৰা ১১,০০০ ফুট উচ্চতাত অৱস্থিত বুলি জানিব পৰা গৈছে। প্ৰধানমন্ত্ৰী গৰাকীয়ে লডাখত উপস্থিত হোৱাৰ পাছতে স্থল, বায়ু সেনাৰ লগতে আই টি বি পিৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। প্ৰধানমন্ত্ৰীৰ এই যাত্ৰাত আছে চীফ অব ডিফেন্স ষ্টাফ বিপিন ৰাৱট আৰু সেনা প্ৰধান জেনেৰেল এম এম ৰানৱণেই। উল্লেখ প্ৰতিৰক্ষা মন্ত্ৰীৰ লেহ যাত্ৰা বাতিল হোৱাৰ কিছুদিন পিছতে মোদী উপস্থিত হয় লডাখত।
মনকৰিবলগীয়া যে ১৫ জুনত লডাখত হোৱা সংঘাতৰ পিছত মোদীয়ে লডাখ ভ্ৰমণ কৰে।