লখিমপুৰ কিমিন পথত পথ অৱৰোধ।ধেমাজীৰ পাণবাৰীত অৰুণাচলীৰ সন্ত্ৰাসত অসমৰ মাটিতে দুই নিৰীহ অসমীয়াক গুলীয়াই হত্যা কৰা প্ৰতিবাদত
লখিমপুৰ জাতীয় সংগঠন সমূহৰ যৌথ সংগ্ৰামী মঞ্চৰ উদোগত পহুমৰাত তিনি ঘন্টীয়া কিমিন পথ অৱৰোধ কাৰ্যসূচীৰ পালন কৰে ৷