লখিমপুৰত দুৰ্ঘটনাত পতিত অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰী। লালুকৰ পুখুৰীয়াত এই দুৰ্ঘটনা। SP আনন্দ মিশ্ৰৰ এছক’ৰ্টত খুন্দা অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰীৰ বাহনৰ। কথমপি প্ৰাণ ৰক্ষা অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰী আলো লিবাঙৰ। পাচিঘাটৰ পৰা লখিমপুৰ হৈ ইটানগৰ অভিমুখী আছিল মন্ত্ৰীগৰাকী।
