লখিমপুৰত ড্ৰাগছৰ অভিযান

51

লখিমপুৰৰ পথালিপাহাৰৰ কাছমাৰীত ড্ৰাগছ বিৰোধী অভিযান।
পথালিপাহাৰ অঞ্চলৰ কাছমাৰিত লাখ লাখ টকা মুল্যৰ সন্দেহযুক্ত হেৰ’ইন।
কাছমাৰি গাৱৰ বৰ্মন উপাধিৰ লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে থকা ড্ৰাগছ বেপাৰীৰ ঘৰত উদ্ধাৰ বুজন পৰিমাণৰ ড্ৰাগছ।
ধৃত ড্ৰাগছ বেপাৰীটো পলাই যায় যদিও আৰক্ষীৰ হাতত পত্নী আৰু পুত্ৰ আটক।
পুৱতি নিশা চলিছিল ড্ৰাগছ বিৰোধী অভিযান।