ষ্টাফৰিপোৰ্টাৰ, ১৪ মে’ : লকডাউনৰ সময়ত গুৱাহাটীৰ জন্তুক খাদ্য যোগান ধৰিছে এটা স্বেচ্ছাসেৱী সংস্থাই। ৪৭ দিনে খাদ্য যোগান ধৰিছে পাৱ ফাউণ্ডেশ্যন নামৰ সংস্থাটোৱে। শতাধিক ভলেণ্টিয়াৰে বাটৰ কুকুৰ-মেকুৰীক দিছে খাদ্য।
সংস্থাটোৰ মুৰব্বী প্ৰিয়াংক জালানক মহানগৰবাসীৰ প্ৰশংসা। খানাপাৰাৰ পৰা জালুকবাৰীলৈ, গড়চুকৰ পৰা চানমাৰিলৈ খাদ্য যোগান ধৰিছে।
