লংকাৰ কাকীত ড্ৰাগছসহ আটক এজন সৰবৰাহকাৰীক। সৰবৰাহকাৰীটোৰ নাম দিলু মজুমদাৰ। কাকী আৰক্ষীয়ে নিশা ১নং কাকীৰ এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ভাৰাঘৰত অভিযান চলাই আটক কৰে দিলু মজুমদাৰক। ধৃত দিলু মজুমদাৰৰ ঘৰ লামডিঙত।