যোৰাবাটত পুনৰ চোৰাং গৰুভৰ্তি দুখন ট্ৰাক জব্দ

338

যোৰাবাটত পুনৰ চোৰাং গৰুভৰ্তি দুখন ট্ৰাক জব্দ। ট্ৰাক দুখনৰ পৰা উদ্ধাৰ ৫৫টাকৈ গো-ধন। চোৰাং গৰুসহ আৰক্ষীৰ জালত ৩ সৰবৰাহকাৰী। ধৃত হাৰমান লইংড, কিমি ডাকহাৰ, চোনিক তাৰিয়ং। নগাঁৱৰ পৰা বৰ্ণিহাট অভিমুখী আছিল ট্ৰাক দুখন।