যোৰহাট প্রশাসনৰ বৃহৎ সাফল্য
ইটোৰ পিছত সিটো সাফল্য
এইবাৰ যোৰহাটত টকাৰ পহাৰ,এটকা দুটকা নহয় ৭ লাখ ৩৬ লাখ ৬০০ টকা নগত টকাৰ লগতে ২০ কেজি ভাং উদ্ধাৰ হৈছে
উল্লেখযোগ্য যে যোৰহাটত দিনক দিনে ড্রাগচ আৰু ভাং এতিয়া অলিয়ে গলিয়ে বিক্ৰী লৈছে
119 Crpf নেতৃত্বত চলা অভিযানত জিতুল বৰা আৰু দীপ্তি বৰাক নাওঁবৈছাৰ নিজৰ ঘৰৰ পৰা আটক কৰিছে ।

