যোৰহাট গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত জড়িত সন্দৰ্ভত দুজনক আটক। গ্ৰেনেড যোগান ধৰা সন্দৰ্ভত আটক দুই যুৱকক। শিৱসাগৰৰ ডিমৌৰ ৰাজপাল গগৈ, বিপ্লৱ বৰুৱাক আটক। পূৰ্বে গ্ৰেপ্তাৰ হোৱা বিৰাজ কছাৰীক ধন যোগানৰ তথ্য লাভ আৰক্ষীৰ। বিৰাজ কছাৰীৰ একাউণ্টত জমা কৰিছিল ৫ হাজাৰ টকা। টিয়ক, শিৱসাগৰৰ ৰাজমাইত ৰাখি থৈ গৈছিল দুটা গ্ৰেনেড।