যোৰহাটৰ পুলিবৰত আৰক্ষীক আক্ৰমণ কৰা এটা দুৰ্বৃত্তক গ্ৰেপ্তাৰ৷
ৰন্টু বৰা নামৰ দুৰ্বৃত্তটোক গ্ৰেপ্তাৰ কৰিছে পুলিবৰ আৰক্ষীয়ে৷
ধৃত যুৱকজনে চমন দিবলৈ যোৱা এজন আৰক্ষীক আক্ৰমণ কৰিছিল৷
আক্ৰমণৰ বলি হৈছিল আবজল হুছেইন নামৰ এজন আৰক্ষী৷