যোৰহাটৰ প্ৰথমটো containment zone . তৰাজান ১ নম্বৰ সোনাৰী গাঁৱৰ এজন যুৱকৰ কোভিড পজিটিভ। বিশেষ ভ্ৰমণ বিতান্ত নাছিল তেওঁৰ। কেইদিনমান আগত গাঁৱৰ এখন বিয়াত বহু লোকৰ সংস্পৰ্শলৈ আহিছিল তেওঁ। এনেদৰে বহু যুৱৰ সৈতে ফটো উঠিছিল তেওঁ।।