উত্তৰ-পূৱ মৰিগাঁৱৰ বিশেষ POCSO আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান By Dipshikha - September 11, 2024 121 FacebookPinterestWhatsAppPrint মৰিগাঁৱৰ বিশেষ POCSO আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। শিশুক যৌন নিৰ্যাতনৰ অপৰাধত দীপজ্যোতি ডেকাক যাৱজ্জীৱন কাৰাদণ্ড। কেশৱ নাথ নামৰ আন এটা অপৰাধীক ২০ বছৰৰ কাৰাদণ্ড দিলে মৰিগাঁৱৰ বিশেষ POCSO আদালতে। জাগীৰোড আৰক্ষী থানাৰ গোচৰৰ ভিত্তিত এই ৰায়দান। Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...