মৰিগাঁৱত জেহাদীৰ সন্দেহত এজনক গ্ৰেপ্তাৰ…

335

জোহাদীৰ সন্দেহত আৰক্ষীয়ে মৰিগাঁৱৰ পৰা আটক কৰা দুজনৰ এজনক গ্ৰেপ্তাৰ কৰা হৈছে।

মৰিগাঁও চহৰৰ মাজ মজিয়াত থকা মিলনপুৰৰ নুৰ মছজিদৰ পলাতক ইমাম আহমেদ আলীক গ্ৰেপ্তাৰ মৰিগাঁও আৰক্ষীৰ৷

আহমেদ আলী বিগত ২৯ জুলাইৰ পৰা অন্তৰ্ধান হৈ আছিল৷

আনহাতে, ভূৰাগাঁও ফলিহামাৰী পথাৰৰ জিয়াৰোল হকক বৰ্তমানেও সোধা–পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

দুয়োকে পলাই থকা অৱস্থাত ভূৰাগাঁৱৰ বিশেষ স্থানৰ পৰা আটক কৰিছিল মৰিগাঁও আৰক্ষীয়ে।

নুৰ মছজিদৰ ইমাম আহমেদ আলীৰ ধৃত জেহাদী মুফতি মুস্তাফা আৰু পলাতক আবু তাল্লাহৰ সৈতে সম্পৰ্ক আছিল৷