মৰিগাঁও বঘৰাত সন্দেহজনক সামগ্ৰী সহ দুজনক আটক

254

মৰিগাঁও বঘৰাত সন্দেহজনক সামগ্ৰী সহ দুজনক আটক ।
মৰিগাঁও সদৰ থানাৰ অন্তৰ্গত তৰানি কলবাৰী গাঁওৰক্ষী বাহিনীৰ হাতত তাম জাতীয় কিছু সামগ্ৰী সহ গাগলমাৰীৰ চাজাহান আলি আৰু ধৰমতুল বৰবড়ীৰ আনাউল্লাহ নামৰ দুজন ব্যক্তিৰ লগত AS13 D 1451 নম্বৰৰ এখন ৰঙা ৰঙৰ এল’ট বাহন সহ সন্দেহজনক অৱস্থাত জব্দ কৰি মৰিগাঁও আৰক্ষীক চমজি দিয়ে ।
মৰিগাঁও সদৰ থানাৰ আৰক্ষীয়ে ধৃত ব্যক্তি কেইজনক অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ৰাখিছে।