মৰিগাঁওত ভয়ংকৰ পথ দুৰ্ঘটনা

164

মৰিগাঁওত ভয়ংকৰ পথ দুৰ্ঘটনা।মৰিগাঁৱৰ এজাৰবাৰীত নিশা পথ দুৰ্ঘটনাত এজন লোক নিহত। আন দুজন লোক আহত হয় এই দুৰ্ঘটনাত। নিহত মটৰ চাইকেল আৰোহীজনৰ নাম গিৰিকান্ত নাথ বুলি জানিব পৰা গৈছে। আহত হৈছে ললিত নাথ আৰু মেঘালয়ৰ কিটো আজং।প্ৰাথমিক চিকিৎসাৰ অন্তত আহত দুয়োজন লোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে চিকিৎসকে।