মেটাৰ বৃহৎ সিদ্ধান্ত!

221

মেটাৰ বৃহৎ সিদ্ধান্ত!

ফেব্ৰুৱাৰী মাহত ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা আঁতৰালে ২২ মিলিয়ন কণ্টেণ্ট।

ভাৰতীয় অভিযোগ ব্যৱস্থাৰ দ্বাৰা লাভ কৰিছিল ১৮,৫১২টা অভিযোগ।

তাৰ পিছতেই এই সিদ্ধান্ত লৈছে মেটাই।