মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা কোৰোনাত আক্ৰান্ত

54

ডিজিটেল ডেস্ক- কোৰোনাত আক্ৰান্ত হৈছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা। শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

জানিব পৰা কিছু দিনৰ পৰা অসুস্থ হৈ আছিল চাংমা। তেওঁৰ দেহত কোৰোনাৰ কিছু লক্ষণ দেখা দিয়াৰ পিছতে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। যত মুখ্যমন্ত্ৰীগৰাকীৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰে। বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে।