মৃত্যুৰ শীতল কোলাত শুই পৰিল অভিনেতা কিশোৰ দাস…

4278

মৃত্যুৰ শীতল কোলাত শুই পৰিল আমাৰ আটাইৰে মৰমৰ অভিনেতা কিশোৰ দাস।

দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ শনিবাৰে মুম্বাইত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে কিশোৰ দাসে।

অলেখ শুভাকাংক্ষী তথা অসমবাসীৰ প্ৰাৰ্থনাইও জীৱন ৰক্ষা কৰিব নোৱাৰিলে কিশোৰৰ।

অসমীয়া মিউজিক ভিডিঅ’ৰ জৰিয়তে সকলোৰে পৰিচিত হৈ পৰিছিল কিশোৰ দাস।

কিশোৰ দাসৰ মৃত্যুত শোকৰ বন্যা নামিছে অসমলৈ।