ষ্টাফৰিপোৰ্টাৰ, ১৯ মে’ : মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজি লৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদৰ উদ্যোগত আৰু কেইখনমান কনিষ্ঠ মহাবিদ্যালয়ৰ সহযোগত
তিনি লাখ টকাৰ বৰঙণি মঙলবাৰে আগবঢ়ঢ়োৱা হয়। এই ধানৰাশিৰ চেকখন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰে সাংসদৰ অধ্যক্ষ আৰু পৰীক্ষা নিয়ন্ত্ৰকে।
