মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান ধিং এক্সপ্ৰেছ হিমা দাসৰ

236

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান ধিং এক্সপ্ৰেছ হিমা দাসৰ।

জনতা ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এই অনুদান আগবঢ়ায় হিমা দাসে।

জনতা ভৱনতে এক মুখ্যমন্ত্ৰীৰ সৈতে এক চমু বৈঠকতো মিলিত হয় এথলিট গৰাকী।

সদ্য সম্পন্ন কমনৱেলথ গেমছ ২০২২ৰ অভিজ্ঞতা মুখ্যমন্ত্ৰীৰ সৈতে ভাগ-বতৰা কৰে হিমাই।

লগতে ২০২৬ৰ কমনৱেলথ গেমছৰ বাবে হিমাক কঠোৰ অনুশীলনৰ পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰীয়ে।