মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ হিমন্ত বিশ্ব শৰ্মাৰ

91
  • মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ হিমন্ত বিশ্ব শৰ্মাৰ।
  • শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত শপত ললে নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • মুখ্যমন্ত্ৰীক শপত বাক্য পাঠ কৰোৱায় ৰাজ্যপাল জগদীশ মুখীয়ে।
  • কোভিড প্ৰটকল বিধি মানি অনুষ্ঠিত হয় মুখ্য়মন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান।