মিজোৰামত সংঘটিত হৈছে এক কৰুণ ঘটনা। ৰাজ্যখনত ৰে’লৱে ষ্টেচনৰ নিৰ্মাণকাৰ্যত জড়িত থকা দুজনকৈ শ্ৰমিকে ভূমিস্খলনৰ ফলত প্ৰাণ ত্যাগ কৰিবলগীয়া হোৱাৰ লগতে আন ২০ জন শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে।