মিকি মেটেলৰ পেনেল আলোচনাৰ আয়োজন

80

মিকি মেটেল লিমিটেডৰ এক উদ্যোগৰ মিকি পাৱাৰ প্লাছ টি এম টি 600 এছ ডিয়ে, মহামাৰীৰ বাবে পাৱাৰ, মেটেল, ষ্টীল আৰু ৰিয়েল ইষ্টেটৰ দৰে খণ্ডৰ মূল্য বৃদ্ধিৰ ওপৰত এক পেনেল আলোচনাৰ আয়োজন কৰিছে। এই আলোচনাৰ উদ্দেশ্য আছিল অত্যাধিক মূল্য বৃদ্ধি নিয়ন্ত্ৰণত ৰখাৰ সম্ভাৱ্য সমাধান বিচৰা।