মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত বাবুল হ’ল চাৰিআলি সমীপত দুৰ্ঘটনা

278

মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত বাবুল হ’ল চাৰিআলি সমীপস্থ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনা । As23 u 9997 নম্বৰৰ ডাষ্টাৰ আৰু AS Aa23ad 9564 নম্বৰৰ চুইফট গাড়ীৰ মাজত মুখামুখী সংঘৰ্ষ হয় । তীব্ৰগতিত খুণ্ডা মৰাৰ ফলত দুয়োখন গাড়ীৰ বিস্তুৰ ক্ষতি সাধন হয় । গাড়ীৰ এয়াৰ বেগ ওলাই যোৱাৰ ফলত চালকসহ আৰোহী গুৰুতৰ ভাৱে আঘাটপ্ৰাপ্ত হোৱাৰ পৰা ৰক্ষা পৰে।