‘মানুহে কংগ্ৰেছক নহয়, গৌৰৱকহে ভোট দিছে।
যোৰহাটৰ ৰাইজে আৱেগৰ বশৱৰ্তী হৈ গৌৰৱ গগৈক ভোট দিছে’।
‘বহুতে মোদীৰ ফটোত সেৱা জনায়ো ভোট দিছে গৌৰৱ গগৈক’।
‘গৌৰৱৰ স্থানত অন্য হোৱা হ’লে ১ লাখৰ অধিক ভোটত হাৰিলেহেঁতেন’।
যোৰহাটত গৌৰৱ গগৈৰ জয়লাভ সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিক্ৰিয়া ।