মানকাচৰত এ আই ইউ ডি এফ আৰু অগপ দলৰ খহনীয়া ।

288

মানকাচৰত এ আই ইউ ডি এফ আৰু অগপ দলৰ খহনীয়া ।

প্ৰায় ৩ শতাধিক ভোটাৰে আনুষ্ঠানিকভাৱে যোগদান কৰিলে কংগ্ৰেছত ।

ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে হিন্দু- মুছলমানক লৈ সাম্প্ৰদায়িক মন্তব্য কৰাৰ পিছতেই মানকাচৰত এ আই ইউ ডি এফ আৰু অগপৰ মাজত আৰম্ভ হৈছে দলত্যাগৰ জোৱাৰ।

মানকাচৰ সমষ্টিৰ ফেকামাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত দয়াৰচৰত আজি কংগ্ৰেছ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে প্ৰায় ৩ শতাধিক ভোটাৰে।