মহীয়সী বীৰাঙ্গনা সতী সাধনীক মৃত্যু দিৱসত স্মৰণ মুখ্যমন্ত্ৰীৰ

102

ষ্টাফৰিপোৰ্টাৰ,২০ এপ্ৰিল : স্বদেশপ্ৰেমৰ যুগজয়ী প্ৰতীক – অসমৰ মহীয়সী বীৰাঙ্গনা সতী সাধনীক মৃত্যু দিৱসত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেওঁৰ আত্মমৰ্যাদা, দৃঢ় মনোবল আৰু অদম্য সাহসৰ কাহিনীয়ে সকলো প্ৰত্যাহ্বান নেওচি জীৱন যুঁজত জয়ী হ’বলৈ আমাক সদায়েই অনুপ্ৰেৰণা যোগাব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়।